দেশৰ প্রতিখন গাঁৱত হ’ব ইণ্টাৰনেটৰ সংযোগ
নিয়মীয়া বাৰ্তা ১ জুলাইঃ ক’ৰোনাকালৰ মাজতে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অর্থনৈতিক পৰিক্রমাৰ কেবিনেট কমিটী (চি চি ই এ)ত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ দেশৰ প্রতিখন গাঁৱত ইণ্টাৰনেট আৰু বিদ্যুৎ সংযোগৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ঘোষিত সাহায্য পেকেজত অনুমোদন…
Read More...