আমেৰিকাক অতিক্রমি টিকাকৰণৰ শীর্ষত ভাৰত
নিয়মীয়া বাৰ্তা ২৯ জুনঃ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকা ভাৰতে সোমবাৰে টিকাকৰণক লৈ অভিলেখ গঢ়িলে৷ আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রমি ক’ভিড টিকাকৰণৰ শীর্ষস্থানত উপনীত হ’ল ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সোমবাৰে পুৱালৈকে ৩২.৩৬ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ যোৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হোৱাৰ পাছত…
Read More...