এইমছৰ অধ্যয়নঃ ভেকচিন লোৱাৰ পিছত ক’ভিড আক্রান্তৰ হোৱা নাই মৃত্যু
নিয়মীয়া বাৰ্তা ৫ জুনঃ ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত পুনৰ ঘাতক ভাইৰাইছটোত আক্রান্ত হ’লেও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্রকাশ কৰিছে নতুন দিল্লীৰ এইমছে৷ এইমছে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ এপ্রিল–মে’ মাহত চলোৱা অধ্যয়নৰ তথ্য অনুসৰি এই মাহ দুটাত ক’ভিড ভেকচিন লোৱাৰ পাছত পুনৰ ক’ভিডত আক্রান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু ঘটা নাই৷
মন কৰিবলগীয়া যে নতুন দিল্লীৰ…
Read More...