কৰোনা ভেকচিনৰ আমদানি আৰু অক্সিজেনৰ ওপৰত নালাগে শুল্ক
নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ দেশত কৰোনাৰ সংহাৰী ৰূপৰ মাজতে চিকিৎসালয় সমূহত অক্সিজেনৰ নাটনিৰ মাজতে কেইবাবিধো সামগ্ৰীৰ শুল্ক হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰে ভিতৰত কৰোনাৰ বাবে ভেকচিন, অক্সিজেন আৰু অক্সিজেন সম্বন্ধীয় সামগ্ৰীও আছে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশত অক্সিজেনৰ উপলব্ধতা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে…
Read More...