বিহাৰত ক’ৰোনাত আক্রান্ত ৫০০ চিকিৎসক
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ বিহাৰৰ তিনিখন প্রখ্যাত হাস্পতালত ৫০০তকৈ অধিক চিকিৎসক–স্বাস্থ্যক ক’ভিডত–১৯ত আক্রান্ত হোৱাৰ ফলত হাস্পতালকেইখনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷
ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰত পাটনাৰ এইমছ আৰু পাটনা মেডিকেল কলেজ এণ্ড হাস্পতালৰ ৫০০তকৈ অধিক চিকিৎসক আৰু স্বাস্থ্যকর্মী আক্রান্ত হৈছে৷ তথ্য মতে পাটনা এইমছৰ চিকিৎসক, নার্ছ, চাফাই কর্মীসহ…
Read More...