ক’ৰোনাক লৈ কেন্দ্ৰৰ নিৰ্দেশনাঃ চৰকাৰী কাৰ্যালয়ত মাত্ৰ ৫০ শতাংশ কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ দেশত কৰোনা ভয়ংকৰ ৰূপত বাঢ়ি থকা পৰিলক্ষিত হৈছে। এনে অৱস্থাত
ক'ভিড সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা।
এতিয়াৰে পৰা দেশৰ সকলো চৰকাৰী কাৰ্যালয়ত মাত্ৰ ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা। আনহাতে দেশত ভয়ংকৰ ৰূপ লৈছে ক'ৰোনাই ।
ভাৰতত এদিনতে আক্ৰান্ত হৈছে ২…
Read More...