নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ক’ৰোনাত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ক’ৰোনা ভাইৰাছৰ প্ৰথমটো ভেকচিন মাত্ৰ কেইদিনমান আগতে গ্ৰহণ কৰিছিল যোগী আদিত্যনাথে।

তথাপি কৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা নপৰিল মুখ্যমন্ত্ৰীগৰাকী। সম্প্ৰতি স্ব-গৃহবন্দী হৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে এনে অৱস্থাৰেই প্ৰশাসনিক কাম-কাজ চম্ভালি থাকিব বুলি জানিবলৈ দিছে উত্তৰ প্ৰদেশ চৰকাৰী সূত্ৰই।

উল্লেখ্য, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আন কেইবাজনো লোক ক’ৰোনাত ভুগি আছে বুলি কোৱা হৈছে।

You might also like