যিকোনো সময়ত য’তে ত’তে প্রতিবাদ কৰিব নোৱাৰে: ছুপ্রিম ক’ৰ্ট
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আনৰ অধিকাৰ খর্ব কৰি বহুদিন ধৰি নতুন দিল্লীৰ শ্বাহিনবাগত নাগৰিকত্ববিৰোধী আইনৰ প্রতিবাদক উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰা ৰায়ক প্রত্যাহ্বান জনাই ১২ সমাজকর্মীয়ে দাখিল কৰা আবেদনখনৰ শুনানি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে৷ ন্যায়াধীশ এছ কে কৌৰ, অনিৰুদ্ধ বসু আৰু কৃষ্ণা মূৰাৰী তিনিজনীয়া বিচাৰপীঠে শ্বাহিনবাগক লৈ যোৱা বর্ষৰ ৭…
Read More...