কৃষি ঋণ ১৬.৫ লাখ কোটি টকালৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ কৃষকৰ কল্যাণ আৰু এম এছ পি প্রক্রিয়াক প্রাধান্য দিয়া সাধাৰণ বাজেট ২০২১–২২ বর্ষত কৃষি আৰু কৃষকসকলৰ কল্যাণৰ হকে কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদৰ মাজতে আজি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা বাজেটত এম এছ পি…
Read More...