ম্যানমাৰত সেনাৰ অভ্যুত্থানক লৈ ক্ষুব্ধ বাইডেন
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ ম্যানমাৰত অভ্যুত্থানৰ জৰিয়তে সেনাই পুনৰ ক্ষমতা দখল কৰাৰ পিছতেই বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ দেশখনৰ নেত্রী আং ছান ছ্যু কী তথা তেওঁৰ সহযোগী সাংসদসকলক শীঘ্রে মুক্তি দিবলৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে দাবী জনাইছে৷
ছ্যু কীৰ দল নেচনেল লীগ ফ’ৰ ডেম’ক্রেচী (এনএলডি)য়ে যোৱা নৱেম্বৰত অনুষ্ঠিত সংসদীয় নির্বাচনত ৮০ শতাংশতকৈ…
Read More...