নন্দীগ্রাম সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব মমতাই
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীয়ে আজি ঘোষণা কৰিছে যে তেওঁ আগন্তুক বিধানসভা নির্বাচনত নন্দীগ্রামৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব৷ নন্দীগ্রাম হৈছে মমতা বেনার্জীৰ প্রাক্তন ঘনিষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ সবল সাংগঠনিক ভেটি৷ আজি নন্দীগ্রামত এক গণ সমাৱেশত ভাষণ দি নেত্রীগৰাকীয়ে উল্লেখ কৰে যে আগন্তুক…
Read More...