ধাৰাবাহিক ‘তাণ্ডৱ’ নিষিদ্ধ কৰাৰ দাবী
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমাজনৰ নতুন প্রাইম ধাৰাবাহিক ‘তাণ্ডৱ’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে কেইবাগৰাকীও বিজেপি নেতাই৷ এই ধাৰাবাহিকখনে হিন্দু ধর্মাৱলম্বী লোকৰ অনুভূতিত আঘাত হনাৰ উপৰি ইয়াক দলিতবিৰোধীও আখ্যা দিয়া হৈছে৷ ছঈফ আলী খান, ডিম্পল কাপাডিয়া, সুনীল গ্র’ভাৰ, গৌহৰ খান, টিটিকা কাম্রা প্রমুখ্যে অভিনেতা–ভিনেত্রীসক বিভিন্ন চৰিত্রত অভিনয় কৰা এই…
Read More...