ভাৰতৰ এছ-৪০০ সমৰাস্ত্ৰ ক্ৰয়ঃ নাৰাজ আমেৰিকাই লগাব পাৰে প্ৰতিবন্ধ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰাছিয়াৰ সমৰ অস্ত্ৰ এছ-৪০০ক লৈ ভাৰতৰ ওপৰত আমেৰিকাই লগাব পাৰে প্ৰতিবন্ধ। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অত্যাধুনিক সমৰাস্ত্ৰ এছ-৪০০ ৰাছিয়াই নিৰ্মাণ কৰাৰ পিছতে ই অতি সফল অস্ত্ৰ ৰূপে পৰিগণিত হোৱাত চীনকে ধৰি ৫খন দেশে ইয়াক ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হয়। এই ৫ দেশৰ মাজত ভাৰতো অন্যতম।
২০১৮ চনত এইক্ষেত্ৰত ভাৰতে ৰাছিয়াৰে চুক্তিবদ্ধ হয়।…
Read More...