তিব্বতৰ লাছাত উৰিল চীনা সেনাৰ হেলিকপ্টাৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ তিব্বতক লৈ আমেৰিকাই নতুন আইন প্রণয়ন কৰাৰ পিছতে বিবদমান এই হিমালয়ান মালভূমি কঠোৰভাৱে নিয়ন্ত্রণ কৰাৰ বাবে নতুন অভিসন্ধি ৰচিছে চীনে৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ নির্দেশ অনুসৰি তিব্বতৰ ৰাজধানী লাছাৰ আকাশত কালি পি এল এই চলাইছে সামৰিক হেলিকপ্টাৰেৰে এক অনুশীলন৷ ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পূর্বে তৰুণ তিব্বতীসকলে চীনবিৰোধী এক প্রতিবাদী…
Read More...