কেন্দ্র–কৃষক নেতৃত্বৰ আলোচনা পুনৰ ব্যৰ্থঃ পুনৰ ৮ জানুৱাৰীত বৈঠক
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ দেশৰ ৰাজধানী দিল্লীৰ সীমান্তত ৪০ দিন ধৰি তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত প্রতিবাদ অব্যাহত ৰখা কৃষক সংগঠনৰ নেতৃত্বৰ সৈতে কেন্দ্রীয় চৰকাৰৰ সপ্তমলানি আলোচনা ব্যর্থ হৈছে৷ কালি কৃষি আইন প্রত্যাহাৰৰ দাবীত আলোচনাকালত কৃষক সংগঠনৰ নেতৃত্বই নিজৰ স্থিতি অটল ৰাখে৷ কালিৰ আলোচনাত চৰকাৰ আৰু কৃষক সংগঠনৰ নেতৃত্ব কোনো ধৰণৰ সহমতত উপনীত…
Read More...