পশ্চিমবংগত পুনৰ টিএমচি বিধায়কৰ পদত্যাগ
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ আগন্তুক বর্ষত হ’বলগীয়া বিধানসভা নির্বাচনৰ পূর্বে পশ্চিমবংগৰ তৃণমূল কংগ্রেছত আৰম্ভ হৈছে খহনীয়া৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰৰ বাবে আজি পুনৰ মোক্ষম আঘাত সৃষ্টি কৰি দলটোৰ পৰা পদত্যাগ কৰিছে বিধায়ক শিলভদ্র দত্তই৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি উত্তৰ ২৪ পৰগনাৰ বাৰাকপুৰ সমষ্টিৰ বিধায়ক দত্তই আজি…
Read More...