অসমলৈ উভতি অহা শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ১৮ মে': অসমলৈ বিভিন্ন ৰাজ্যৰপৰা উভতি অহা শ্ৰমিকসকলক সাহায্য প্ৰদান আৰু তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী, নৱ কুমাৰ দলে আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
মুখ্যমন্ত্ৰীয়ে…
Read More...