কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনত খালী পদ
✅আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট
কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ অধীনস্থ সংস্থাৰ ড০ শ্যামাপ্রসাদ মুখার্জী নেচনেল ইনষ্টিটিউট অৱ ৱাটাৰ এণ্ড ছেনিটেচনত বিভিন্ন পদত প্রার্থী নিয়োগ কৰা হ’ব৷ সেই অনুসৰি সম্প্রতি জলশক্তি মন্ত্রালয়ৰ ৱেবছাইটত বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ জোকাত থকা এই সংস্থাটোত প্রার্থীসকলক ডেপুটেচনৰ ভিত্তিত নিয়োগ কৰা হ’ব৷ অফলাইনত ইতিমধ্যে আৰম্ভ হৈছে…
Read More...