নিয়োগ বাৰ্তা : ডাক বিভাগত ৩০,০০০টা পদত চাকৰিৰ বিজ্ঞাপন
🔹 আবেদনৰ শেষ তাৰিখ ৪ ফেব্রুৱাৰী
গ্রামীণ ডাক সেৱক (জিডিএছ), শাখা ডাক মাষ্টৰ (বিপিএম) আৰু সহকাৰী শাখা ডাক মাষ্টৰ (এবিপিএম) পদৰ বাবে ৩০ হাজাৰৰো অধিক খালী পদ ঘোষণা কৰা হৈছে৷ যোগ্য প্রার্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব৷
