আমিনগাঁৱৰ ৰংমহল হব গুৱাহাটী হাইকৰ্টৰ নতুন ঠিকনা!
বিশেষ বাৰ্তা, ৩০ মেঃ সলনি হব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঠিকনা। নতুন ঠিকনা অনুসৰি আমিনগাঁৱত স্থাপন হ’ব জুডিচিয়েল চিটি। সেই অনুসৰি ১০০ বিঘা ভূমিত নতুনকৈ নিৰ্মাণ হ’ব জুডিচিয়েল চিটি। ২৩ মে’ত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নতুন উচ্চ…
Read More...