পাৰিপার্শ্বিকতা ধ্বংসৰ নির্মম পৰিণতিঃ নাগালেণ্ডৰ বিশ্বখ্যাত সেউজ দলিচা ‘জুক’ ভেলী’ত ভয়ংকৰ জুই
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ প্রাকৃতিক বনজুইৰ সংহাৰৰ ঘটনা বিশ্বৰ প্রান্তে প্রান্তে সংঘটিত হৈ আহিছে যদিও ভাৰতত এনে বনজুইৰ ঘটনা অতি নগণ্য৷ ভাৰতত মানৱসৃষ্ট বনজুয়ে বনাঞ্চলত ব্যাপক ক্ষতি কৰে যদিও বনজুইৰ সংহাৰ আঙুলিত মূৰত লেখিবলগীয়া৷ বিশ্বৰ বৃহত্তম বর্ষাৰণ্য আমাজনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, চীনকে ধৰি বিভিন্ন ৰাষ্ট্রত বনজুয়ে কোটি কোটি টকাৰ…
Read More...