২০২৩ৰ ক্ষমতাশালী ভাৰতীয় : ইণ্ডিয়ান এক্সপ্ৰেছৰ তালিকাৰ ১৭ নম্বৰ স্থানত ড০ হিমন্ত বিশ্ব শৰ্মা
বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ দেশৰ আগশাৰীৰ সংবাদপত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছে ২০২৩ চনত আটাইতকৈ শক্তিশালী ভাৰতীয়সকলৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষস্থানত থকাৰ বিপৰীতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ দ্বিতীয় স্থান আছে। লক্ষণীয়ভাৱে এই তালিকাত পূৰ্বৰ ৩২সংখ্যক স্থানৰ পৰা আহি ১৭সংখ্যক স্থানত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী…
Read More...