মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি কিয় কংগ্রেছৰ, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে মুখ্যমন্ত্রী
ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ : ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে থকালৈ ৰাজ্যত মিঞা শান্তিত থাকিব নোৱাৰে বুলি দিয়া হুংকাৰক লৈ বিৰোধী কংগ্রেছে কৰা সমালোচনাৰ প্রত্যুত্তৰ দিলে ড০ শর্মাই৷ শেহতীয়াকৈ মিঞাক লৈ মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈছিল কংগ্রেছ নেতা ৰিপুণ বৰা৷ মুখ্যমন্ত্রীৰ মন্তব্য সাম্প্রদায়িক বুলি উল্লেখ কৰি অসম আৰক্ষীক…
Read More...