সমন্বয়ৰ ক্ষেত্ৰত পৰিণত ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস মহোৎসৱৰ বাকৰি
নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ৭ নৱেম্বৰ : পশ্চিম অসমৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰাৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰিল। প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে পৰিণত হ’ল মহামিলনৰ তীৰ্থভূমিত।
উল্লেখ্য যে স্থানীয় আই এন এ খেলপথাৰ আৰু ৰাজহুৱা পথাৰত অস্থায়ীভাৱে নিৰ্মিত ৰাস মন্দিৰত ৪ নৱেম্বৰৰ সন্ধিয়া ৮ বজাৰ পৰা শ্ৰীশ্ৰী ৰাধা-কৃষ্ণৰ ৰাস পূজা অনুষ্ঠিত…
Read More...