নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

বিজনীৰ ৩নং দাৰাংগাত অঘটন, বৈদ্যুতিক তাঁৰত লাগি দঁতাল হাতীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ জীৱশ্ৰেষ্ঠৰ ফান্দত পৰি মৃত্যুবৰণ কৰিবলগীয়া হ'ল এটি বনৰীয়া হাতীয়ে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং দাৰাংগাত তামোল বাগান ৰক্ষাৰ বাবে নিজাববীয়াকৈ স্থাপন কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এটি দঁতাল হাতী। নিশা ৩নং দাৰাংগাৰ বাসিন্দা…
Read More...

তিনিচুকীয়াত পাঁচ সহস্ৰাধিক লোকৰ কণ্ঠৰে নিগৰিল ভূপেনদাৰ গীত

ভূপেন হাজৰিকাৰ গীত আৰু গুণানুকীৰ্তনেৰে আজি মুখৰিত হৈ পৰিল তিনিচুকীয়াৰ ল'ৰাৰ আই টি আই খেলপথাৰ। সুধাকন্ঠৰ জন্ম…

গোসাঁইগাঁৱত বিদেশী চিগাৰেট জব্দ, দুজন গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে এক সফল অভিযান চলাই বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। অভিযান চলাই আৰক্ষীয়ে MH…

কাইলৈৰ পৰা নলবাৰী হৰি মন্দিৰত ৯২ সংখ্যক তেৰদিনীয়া ৰাস মহোৎসৱ…

বিশেষ বাৰ্তা, নলবাৰী, ৪ নৱেম্বৰ : নলবাৰীৰ হৰিমন্দিৰত আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সু-সংহতভাৱে…

শিৱসাগৰত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ, ক্ষতিগ্ৰস্ত থলুৱা পালক

উজনিত ছোৱাইন ফ্লুৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ। ভয়ানক ৰূপত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰি পালক। শিৱসাগৰ জিলাতো ছোৱাইন ফ্লুৱে…

গেৰুৱাত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ…

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৪ নৱেম্বৰ : মৰিগাঁও জিলাৰ গেৰুৱাত কালিৰ পৰা আৰম্ভ হৈছে গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ হীৰক…

নলবাৰীত দিগন্ত মাধৱ গোস্বামীক আদ্য শৰ্মা শিল্পী বঁটা প্ৰদান

অভিনেতা, নাট্য সংগঠক, আজন্ম চিত্ৰ-ভাস্কৰ্য শিল্পী আদ্য শৰ্মাৰ সোঁৱৰণত অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতি আৰু…

ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অংগদান-ড্ৰাগছবিৰোধী পদযাত্ৰা

অংগদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু ৰ’ট (ROT), গুৱাহাটীৰ…

বিজ্ঞান মনস্কতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ কাইজেন একাডেমীত বিজ্ঞান আর্হি প্রদর্শনী

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৪ নৱেম্বৰ : বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তিৰ বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি…