ACS বিষয়া অনামিকা তিৱাৰীৰ মৰিগাঁৱৰ জিলা আয়ুক্ত হিচাপে যোগদান
নিয়মীয়া বাৰ্তা, ২০ জুন : ১৯৯৭ বৰ্ষৰ অসম অসামৰিক সেৱাৰ বিষয়া অনামিকা তিৱাৰীয়ে আজি মৰিগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ অসম চৰকাৰৰ শ্ৰম আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
আজি যোগদান কৰিয়েই তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে কাৰ্যালয়ৰ সভাকক্ষত এক চিনাকিপৰ্বত অংশ লয়। তেওঁ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে…
Read More...