বাক্সাত সমন্বয় মঞ্চ-সাংবাদিক সন্থাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ, দিব্যাংগক পৰীক্ষণ শিবিৰ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনত সমন্বয় মঞ্চ, আনন্দ বজাৰৰ উদ্যোগত শালবাৰী মহকুমা সাংবাদিক সন্থাৰ সহযোগত শংকৰদেৱ নেত্ৰালয়ৰ দ্বাৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু মবিলিটি ইণ্ডিয়াৰ দ্বাৰা বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া সহায়ক সজুলিৰ পৰীক্ষণ শিবিৰ বুধবাৰে অনুষ্ঠিত কৰা হয়। পুৱা ৰঙা…
Read More...