কংগ্ৰেছত বঙহৰ যুঁজ, বিধায়িকা নন্দিতা–শিৱামণিৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগ আনিব সভাপতি ভূপেন বৰাই
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ লবীকেন্দ্রিক ৰাজনীতি, আভ্যন্তৰীণ বাদ–বিসম্বাদত জর্জৰিত ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত চলি অহা বঙহৰ যুঁজে ভয়ানক ৰূপ ধাৰণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাক অপসাৰিত কৰি সাংসদ গৌৰৱ গগৈক সভাপতি পদত অধিষ্ঠিত কৰিবলৈ কংগ্রেছৰ এটা চক্র যোৱা লোকসভা নির্বাচনৰ পিছৰে পৰা তৎপৰ হৈ পৰিছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ…
Read More...