গোপেশ্বৰ পাহাৰত ৰীল বনাবলৈ আহি প্ৰাণ হেৰুৱালে নাবালক ছাত্ৰই
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত গোপেশ্বৰ পাহাৰত ৰীল বনাবলৈ আহি এজন ছাত্ৰই আকস্মিক আৰু অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। পৰিবেশ আৰু পৰিস্থিতিৰ বিষয়ে সম্যকজ্ঞান নথকাকৈ চাংসাৰি থানাৰ অন্তৰ্গত এই পাহাৰখনত সতীৰ্থৰ সৈতে উপস্থিত হৈ মৃত্যুমুখত পৰা এই ছাত্ৰজন হৈছে মহানগৰীৰ গড়চুকৰ নাবালক ছাত্ৰ তথা…
Read More...