অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম সন্নিৱিষ্টৰ নামত ধন সংগ্ৰহেৰে ধুবুৰীত গ্ৰেপ্তাৰ ২
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ গইনালৈ ধুবুৰী পৌৰসভা এলেকাকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ দালাল শ্ৰেণীৰ লোকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিক সেই সময়তে ভূক্তভোগীৰ এজাহাৰ মৰ্মে জিলাখনৰ গৌৰীপুৰ আৰক্ষীয়ে অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰূপে নাম সন্নিবিষ্ট কৰাৰ বাবে ধন প্ৰদান কৰাৰ পিছতো নিজৰ…
Read More...