ধুবুৰীৰ হোটেল-ৰেষ্টুৰেণ্ট, পদপথৰ দোকানৰ খাদ্য কিমান স্বাস্থ্যসন্মত!
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ধুবুৰীৰ বিভিন্ন হোটেল,ৰেষ্টুৰেন্টকে ধৰি চহৰখনৰ পদপথতো থকা বিভিন্ন খাদ্য সামগ্ৰীৰ দোকানসমূহৰ খাদ্য কিমান স্বাস্থ্যসন্মত? দীৰ্ঘদিনৰ পৰাই জনজীৱনৰ সৈতে গুৰুত্বপূৰ্ণ এই প্ৰশ্ন উত্থাপিত কৰি আহিছে বহুতেই। উল্লেখ্য যে, বিভিন্ন চৰকাৰী কান-কাজকে ধৰি উন্নত চিকিৎসা সেৱাৰ বাবে দৈনিক ধুবুৰীলৈ আগমন ঘটে বহু লোকৰ। কেৱল ধুবুৰী মহকুমাৰেই…
Read More...