ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ আটক এক, জব্দ স্কুটী
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ ঔ-অনাত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিযান৷ আৰক্ষীৰ অভিযানত ১৭টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ, ৩৮টা নিচাজাতীয় টেৱলেটসহ আটক কৰে এটা সৰবৰাহকাৰীক৷ আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২·০৬ গ্ৰাম৷ ধৃত সৰবহৰাহকাৰীটোৰ নাম মুচ্ছাদিৰ…
Read More...