ছিপাঝাৰৰ সাংস্কৃতিক সংগঠক তৰুণ চহৰীয়াৰ দেহাৱসান
🔹 নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্তিম শ্ৰদ্ধা জ্ঞাপন
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : ছিপাঝাৰৰ এগৰাকী অগ্ৰণী সাংস্কৃতিক সংগঠক তথা দীৰ্ঘদিন ধৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক গোটক নেতৃত্ব দিয়া তৰুণ চহৰীয়াৰ আজি দেহাৱসান ঘটে। উল্লেখযোগ্য যে ছিপাঝাৰৰ বাছ আস্থানৰ সমীপৱৰ্তী শীতলাবড়ি নিৱাসী তৰুণ চহৰীয়া ছিপাঝাৰৰ অগ্ৰণী সংগঠক…
Read More...