শ্বহীদী দিৱস : নগৰ সংকীৰ্তন কাৰ্যসূচীৰে উখল-মাখল ধুবুৰী
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ যোৱাকালিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ সাহিবজী গুৰুদ্বাৰাত আৰম্ভ তিনিদিনীয়া শ্বহীদী দিৱসৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল নগৰ সংকীৰ্তন। আজি দুপৰীয়া গুৰুদ্বাৰাৰ পৰা আৰম্ভ হোৱা সেই নগৰ সংকীৰ্তনত অসম আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰীত শ্বহীদী দিৱসৰ কাৰ্যসূচীত অংশ লবলৈ…
Read More...