নগৰবেৰাত অবৈধ ইটাভাতাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি অবৈধ বাংলা ইটাৰ বিৰুদ্ধে ব্যাপক অভিযান চলে। জামলাই পথাৰত চৰকাৰী মাটিত একাংশই বে-আইনীভাৱে ইটাৰ ব্যৱসায়ত হাত দি অবৈধ খনন কৰা প্ৰত্যক্ষ কৰি ৰাজহ চক্ৰ বিষয়াই এই উচ্ছেদ অভিযান চলায়। দুখনকৈ জেচিবি লগাই এমূৰৰ পৰা জামলাই পথাৰৰ লগতে…
Read More...