উপ-নিৰ্বাচন : বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ
🔹 বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে, সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰই : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
🔹 বিহালীত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জনহিতৈষী নীতিৰ জয়লাভ হ'লঃ মন্ত্ৰী পীয়ূষ হাজৰিকা
বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : সদ্য সমাপ্ত উপ-নিৰ্বাচনৰ আজি ভোটগণনাৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী…
Read More...