আজিৰ দিনটোৰ ৰাশিফল
আজি ২৮ ছেপ্টেম্বৰ, আহিন মাহৰ ১১ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ
মেষ : কর্মক্ষেত্রত সাৱধান থাকিব, কাৰণ আপোনাৰ আজি দিনটো শুভ নহয়৷ বগা ৰং আপোনাৰ শুভ৷ গতিকে যাত্রা কৰোঁতে আৰু শুভ কাম কৰোঁতে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৮৷
বৃষ : যাত্রা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ সন্ধিয়া ৫…
Read More...