ব্ৰহ্মপুত্ৰত সন্ধানহীন বিলাসীপাৰাৰ মাছমৰীয়া কামাল উদ্দিনৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ অন্তৰ্গত তাৰাংগাপুৰত ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ কৰা হয় কামাল উদ্দিন শ্বেইখৰ মৃতদেহ। গোৱালপাৰা SDRF বাহিনীৰ দলে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে কামাল উদ্দিন শ্বেইখৰ মৃতদেহ। কালি সন্ধিয়াৰ সময়ত অহা বতাহ-বৰষুণৰ ভয়ংকৰ তাণ্ডৱ লীলাত মহাবাহু ব্ৰহ্মপুত্ৰত মাছ মাৰি থকা অৱস্থাত উটি গৈছিল কামাল উদ্দিন…
Read More...