মিছামাৰীত ৰাজহুৱা শ্মশান-শিৱ মন্দিৰৰ কাৰণে দান কৰিলে ম্যাদী পট্টাৰ ভূমি
🔹 শংকৰ-আজানৰ ৰাজ্যত সম্প্ৰীতিৰ নিদৰ্শন
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : শোণিতপুৰৰ মিছামাৰীত এটা মুছলমান পৰিয়ালে ৰাজহুৱা শ্মশান আৰু শিৱ মন্দিৰৰ কাৰণে ম্যাদী পট্টাৰ ভূমি দান কৰি দেখুৱালে নিদৰ্শন। চুবুৰীয়া দেশ বাংলাদেশত হিন্দু ধৰ্মাৱলম্বীৰ উপাসনাস্থলী মঠ, মন্দিৰ আদিত ইছলাম ধৰ্মাৱলম্বী লোকে আক্ৰমণ চলোৱাৰ অভিযোগ উঠাৰ সময়ত মিছামাৰীত হিন্দুৰ শ্মশান আৰু শিৱ…
Read More...