দদৰাত চকু চিকিৎসা শিবিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰীৰ
বিশেষ বাৰ্তা, ১৭ আগষ্ট : গুৱাহাটী লায়ঞ্চ ক্লাবৰ উদ্যোগত আৰু বিজেপিৰ সহযোগত আজি দদৰাস্থিত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ শিবিৰটো উদ্বোধন কৰি বিষয়াগৰাকীয়ে চকু মানুহৰ গুৰত্বপূৰ্ণ অংগ৷ গতিকে ইয়াক সাৱধানে ৰখাৰ প্ৰয়োজন বুলি উল্লেখ কৰি…
Read More...