স্বাধীনতা দিৱস উপলক্ষে মৰিয়নিত মাৰাথন দৌৰ
বিশেষ বাৰ্তা, ১৪ আগষ্টঃ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে মৰিয়নিতো ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। সেই উপলক্ষ্যে বিভিন্ন কাৰ্য্যসূচীৰ মাজতে আজি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মৰিয়নি পৌৰসভা আৰু মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি পুৱা অনুষ্ঠিত এই মাৰাথন দৌৰ…
Read More...