নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ : কুমলীয়া-টিকৰাই চাপৰিত ভাঙিলে ৭০টা গোহালি-ম’হৰ খুঁটি

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : উজনি মাজুলীৰ চৰ-চাপৰিসমূহত দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ ওৰে নিশা পহৰা দি চাপৰিবাসীয়ে দিন অতিবাহিত কৰিব লগা হৈ আহিছে৷ বৰ্তমান কমলাবাৰী পাৰঘাটৰ সন্মুখৰ চৰ-চাপৰিসমূহত থকা গৰু গোহালি, ম'হৰ খুঁটিসমূহত উপদ্ৰৱ চলাই আহিছে।   এই চাপৰিত থকা  গোৱালসকলে মহা সমস্যাৰ মাজত জীৱন-মৰণেৰে যুঁজি দিন অতিবাহিত কৰিছে ৷…
Read More...

স্বাধীনতা দিৱসত হেঙুল থিয়েটাৰলৈ প্ৰশাসনৰ সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৬ আগষ্ট : অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল তথা মৰিয়নিৰ গৌৰৱ হেঙুল থিয়েটাৰক ১৫ আগষ্টত স্বাধীনতা দিৱসৰ…

ভূৰাগাঁও-লাহৰীঘাটত ৭৮সংখ্যক স্বাধীনতা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু লাহৰীঘাটতো উলহ-মালহেৰে উদযাপন কৰা…

পঢ়া-শুনাৰ মাজতো হোটেল খুলি স্বাৱলম্বিতাৰ নিদৰ্শন চাৰি বাই-ভনীৰ

কল্পজ্যোতি নাথ, ঢেকীয়াজুলি,১৪ আগষ্টঃ শ্বহীদ নগৰী ঢেকীয়াজুলিত শ্ৰমিক পৰিয়ালৰ একেখন ঘৰৰ চাৰিগৰাকী জীয়ৰীয়ে পঢ়াশুনাৰ…

গোলাঘাটৰ মৰঙিত ঋতুস্ৰাৱৰ সজাগতা সভা ‘চিঞৰ’ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ আগষ্টঃ আজি গোলাঘাট মৰঙিৰ পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বেচ্ছাসেৱী…

নগৰবেৰাত বিধ্বস্ত পথ পকীকৰণৰ কামনাৰে থাপনা পাতি ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজপথত এজাক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে হাতযোৰ কৰি কৰিছে প্ৰাৰ্থনা।…