জিলা আয়ুক্তৰ অনুমতি অবিহনে জ্বলালে কিতাপ-বহু মূল্যৱান নথি
🔹 লাহোৱালৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজব ঘটনা
নিয়মীয়া বাৰ্তা, ৩১ মে' : লাহোৱালৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি পুৱাই সংঘটিত এক আজব ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, লাহোৱালৰ ৰজাখাতত অৱস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত শিশু উন্নয়ন প্ৰকল্প বিষয়াই সমাজ কল্যাণ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্তৰ…
Read More...