নগৰবেৰা-দক্ষিণ বৰপেটাৰ চৰাঞ্চলত ‘ৰেমাল’ৰ পূৰ্ণ প্ৰভাৱ
🔹 ভখুৰাদিয়াত ঘৰত ওপৰত বাগৰিল প্ৰকাণ্ড গছ : কথমপি প্ৰাণৰক্ষা চাৰিজনৰ
নিয়মীয়া বাৰ্তা, ২৯ মে' : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ বহু স্থানত সাগৰীয় ঘূৰ্ণি বতাহ ৰেমালৰ পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে | বিগত দুদিন দিন ধৰি ঘূৰ্ণি বতাহ-বৰষুণে জনজীৱন স্তব্ধ কৰি তোলে । বৰষুণ আৰু ধুমুহাৰ ফলত নগৰবেৰাৰ বিভিন্ন এলেকাত গছ-গছনি উভালি যাতায়াত…
Read More...