বৈঠালাংছʼৰ বৰপানী নৈত ট্ৰেজিক ঘটনা : সংগীতা-সুস্মিতাৰ অকাল মৃত্যু
নিয়মীয়া বাৰ্তা, ১ মেʼ : বৈঠালাংছʼৰ হংক্ৰামস্থিত বৰপানী নদীৰ শিলডুবি ঘাটত মঙলবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল একেটা পৰিয়ালৰ দুই ভগ্নী সঙ্গীতা চেত্ৰী আৰু সুস্মিতা ছেত্ৰী। স্থানীয় ৰাইজৰ তৎপৰতাত সঙ্গীতা চেত্ৰীৰ মৃতদেহ মঙলবাৰে বিয়লি উদ্ধাৰ হৈছিল যদিও আন গৰাকী ভগ্নীৰ সন্ধানত এছ ডি আৰ এফে নদীত অভিযান চলাই আছিল। যোৱানিশা বৰপানী নদীৰ বিভিন্ন স্থানত…
Read More...