হোটেলত কৰ্মৰত উজ্জ্বল পাইতৰ গ্ৰন্থ উন্মোচন জুৰী বৰা বৰগোহাঁইৰ
বিশেষ বাৰ্তা, ২ মে" : হোটেলত কৰ্মৰত এজন যুৱকে লিখি উলিয়ালে গ্ৰন্থ। শৈশৱৰ পৰা ঘাত-প্ৰতিঘাতেৰে সন্মুখীন হৈ অহা ঘটনা-পৰিঘটনাক সামৰি যুৱকজনে লিখি উলিয়ালে 'মোৰ সন্ত্ৰাসবাদী হোৱাৰ মন' শীৰ্ষক গ্ৰন্থখন। হোটেলৰ সাধাৰণ কৰ্মচাৰী হিচাপে কৰ্মৰত ধেমাজিৰ উজ্জ্বল পাইত নামৰ যুৱকজনৰ গ্ৰন্থখন কালি উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক তথা সমাজসেৱিকা জুৰী বৰা বৰগোহাঁয়ে।…
Read More...