মহিলাক অপহৰণ-বলাৎকাৰৰ চেষ্টা : কাছাৰত আৰক্ষীৰ এনকাউণ্টাৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : কাছাৰ জিলাত পুনৰ এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।মহিলাক অপহৰণ আৰু বলাৎকাৰৰ চেষ্টা চলোৱাত অভিযুক্ত এজন আৰক্ষীৰ গুলীত আহত হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ পালইৰবন্দৰ শিৱপুৰত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। অপৰাধীজনৰ নাম জমিৰ উদ্দিন । তেওঁৰ ঘৰ শ্ৰীকোনা আলমবাগত। মঙলবাৰে নিশা সংঘটিত হয় এই এনকাউণ্টাৰ কাণ্ড। লক্ষীপুৰৰ…
Read More...