মানকাচৰত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰী আটক
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত পুৱেৰ গাঁৱত মানকাচৰ থানাৰ আৰক্ষীয়ে নিশা অভিযান চলাই নিচাজাতীয় সামগ্ৰীসহ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটো মানকাচৰ থানাৰ অন্তৰ্গত পুৱেৰ গাঁৱৰ ২য় খণ্ডৰ আজিজ আহমেদ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মানকাচৰ থানাৰ আৰক্ষীয়ে গোপন…
Read More...