ৰঙিয়াত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু
🔹 হত্যা কৰি দেহত জুই লগাই আত্মহত্যৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগত প্ৰকাশ
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ৰঙিয়াৰ হেমদোলত এগৰাকী বোৱাৰীয়ে ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, হেমদোলৰ হৰেশ্বৰ ডেকাৰ পত্নী তথা এটি কন্যা সন্তানৰ মাতৃ অংকিতা ডেকা আজি পুৱাৰ ভাগত স্বামীগৃহত…
Read More...