কাৰ্বি আংলঙত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ ৩
নতুন সশস্ত্ৰ সংগঠন গঠনৰ সন্দেহ আৰক্ষীৰ!
বিশেষ বাৰ্তা ২৫ ফেব্ৰুৱাৰী : কাৰ্বি আংলঙত অবৈধভাৱে মাৰণাস্ত্ৰ মজুত কৰি একাংশ যুৱকে এক সশস্ত্ৰ গোট গঠনৰ লক্ষ্য কৰিছিল যদিও তাক বিফল কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলা আৰক্ষী। এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত তিনি দিন পূৰ্বৰে পৰা সন্দেহৰ আৱৰ্তত থকা উক্ত সশস্ত্ৰ যুৱকৰ দলটোৰ সন্ধানত কাৰ্বি আংলং জিলা আৰক্ষীৰ এটি…
Read More...